N.E.N.I.T.NaNAACNabagrahaNabami
English: Na Dihing ([IPA];ন দিহিং)
Contexts: River
[Common Noun , Neuter] Tributary of Lohit.
লোহিতjৰ উপনৈ৷
নদীখনে চাংলাং জিলাৰ চৌখাম গিৰিপথৰ ওচৰৰ পৰা ওলাই দিয়ুন নৈ নামেৰে নামদফা হৈ ২৫ কি:মি: পশ্চিম মুৱাহৈ মেওঁ চহৰ পায়৷ ইয়াত নৈখৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম৷ মেওঁৰ পৰাই নৈখনক ন-দিহিং নামে জনা যায়৷ এই নৈখনে তিনিচুকীয়া জিলাৰ পূব সীমাৰে মাত্ৰ তিনি কি:মি: আহি ধনেখনা নামৰ ঠাইৰ কিছু উত্তৰত লোহিতত পৰিছে৷

[IdeaID=16037] Contributed By: Tapan K Sarma(তপন কুমাৰ শৰ্মা) (2014-08-17 10:50:32)
Synonyms and Equivalent Words:
English: No more words.
Assamese: ন দিহিং (No Di.hing)
Related Idea:
No data found