Assamese: হয় (hoy, IPA: hɔj)
Contexts: General
[Interjection] used to express affirmation or assent or to mark the addition of something emphasizing and amplifying a previous statement
কোনো কথাৰ প্ৰতি সমৰ্থন বা সন্মতি বুজাবলৈ বা আগেয়ে দিয়া কোনো বক্তব্যৰ সৈতে একমত থকা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
[IdeaID=814] Contributed By: Partha P Sarmah (2007-12-17 18:42:28)
Synonyms and Equivalent Words:
English: yes (ˈjes;য়েচ),
Assamese: আছে (a.se), অঁ (o~), ওঁ (o`~), হাঁ (ha~),
Khasi: ho\,
Dimasa: dei, nidu,
Tai: ,
Nepali: अँ, हो, हुन्छ
Related Idea:
No data found
(click the photo for a larger image)
Contexts: Animal
[Common Noun , Common] A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads.
চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷
[IdeaID=1015] Contributed By: ৰূপকমল (2007-12-17 18:42:28), Ref: আধুনিক অসমীয়া শব্দকোষ
Synonyms and Equivalent Words:
English: horse (ˈhɔrs;হৰ্চ) fm. mare,
Assamese: ঘোঁৰা (gho'~.ra) fm. ঘোঁৰী (gho~.ri)fm. ঘুঁৰী (ghu~.ri), অশ্ব (o.swo), বাজী (ba.ji), বাহ (bah), সৈন্ধৱ (xoin.dhav), তুৰঙ্গ (tu.rong.go), তুৰঙ্গম্ (tu.rong.gom), হ্ৰেষী (hre.xi), ঘোটক (gho`.tok), কীকট (ki.kot), ৰেষা (re.xa), প্ৰকীৰ্ণক (pro.kir.nok), মৰুদ্ৰথ (mo.ru.droth), ৰাজস্কন্ধ (raj.skon.dho), অশ্বিনী (o.si.ni), তুৰগ (tu.rog), বাহনশ্ৰেষ্ঠ (ba.hon.sres.tho),
Bodo: गराइ,
Khasi: kulai,
Meeteilon: sagol,
Bishnupriya Manipuri: গড়া,
Karbi: loshei,
Kok-Borok: korai,
Hmar: sakawr,
Dimasa: gorai,
Bangla: ঘোড়া,
Tiwa: kora
Related Idea:
IdeaID=2546 Common Noun , Common &/or Masculine - কুনকী
IdeaID=2640 Common Noun , Common - colt, foal, অশ্বশাৱক, ঘোঁৰা পোৱালি
IdeaID=1567 Common Noun - animal, beast, ইতৰ প্ৰাণী, জন্তু, জানোৱাৰ, পশু


Idioms / ফকৰা-যোজনা :
Idiom Contributed By Comments
ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি Pankaj Borah (পঙ্কজ বৰা) 2008-03-15 11:24:48
FJID=89
য`তে বাঘৰ ভয় ত`তে ৰাতিও হয় | Pankaj Borah (পঙ্কজ বৰা) 2008-03-22 04:49:47
FJID=105
হয় গুৱাহাটী নহয় ৰঙামাটি । Anjali Sonowal 2008-06-25 13:37:48
FJID=134
ৰাজহুৱা শ বাহি শ হয় Rupankar Mahanta 2008-08-18 07:58:19
FJID=151
শ ঘাপেৰে হয় নাঙল আৰু একে ঘাপে হয় খৰি। Dr. Armaan U. Muzaddadi 2008-10-24 04:52:41
FJID=179
ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল Hemanta Saikia 2009-02-28 10:09:04
FJID=193
অসতীৰ লগত সতীৰো মতিভ্ৰম হয় Rupankar Mahanta 2009-10-12 07:33:58
FJID=211
এঙাৰ ধূলেও বগা নহয় Rupankar Mahanta 2009-12-11 06:56:58
FJID=223
অধিক বাঢ়ৈত গুৰ ধমনা হয় Probodh Borah (প্ৰবোধ বৰা) 2010-08-02 17:37:48
FJID=288
লঙ্কালৈ গ’লে আটায়ে ৰাৱণ হয় | Probodh Borah (প্ৰবোধ বৰা) 2010-08-02 19:25:24
FJID=294
সাজিলে কাচিলে বান্দৰীও সুন্দৰী হয় | Probodh Borah (প্ৰবোধ বৰা) 2010-08-03 23:50:31
FJID=314
সুবাৰী নষ্ট হয় মাজে ললে বাট। সুতিৰী নষ্ট হয় ঘনাই বুলিলে হাট।। biswadip gogoi 2011-03-15 05:01:17
FJID=479
হয় গুৱাহাটী, নহয় ৰঙামাটি ৷ Probodh Borah (প্ৰবোধ বৰা) 2011-11-04 05:43:27
FJID=530
ফিৰিঙতিৰ পৰাই খাণ্ডব দাহ হয় Probodh Borah (প্ৰবোধ বৰা) 2012-02-27 23:35:49
FJID=548
দানত শুচি হয় ধন, ক্ষমাত শুচি হয় মন ৷ Probodh Borah (প্ৰবোধ বৰা) 2012-03-02 12:23:23
FJID=565
গছত উঠে মৰিব, জামিন হয় ভৰিব ৷ Dr. Armaan U. Muzaddadi 2012-12-11 06:42:16
FJID=584
ঐৰাৱতো নিমাখিত হয় কাণত সোমোৱা পৰুৱাৰ ওচৰত ৷ Dr. Armaan U. Muzaddadi 2013-09-24 06:22:28
FJID=644
চিৰা খোৱা পিঠা খোৱা ভাতৰ সমান নহয়, মাহী বোলা পেহী বোলা মাৰ সমান নহয় Dr. Armaan U. Muzaddadi 2013-11-13 23:56:20
FJID=691
ফাঁক পালে আটায়ে চোৰ হয় Dr. Armaan U. Muzaddadi 2013-11-23 01:19:23
FJID=704
তিলক ল’লেই বৈষ্ণৱ নহয় Dr. Armaan U. Muzaddadi 2013-11-23 02:03:34
FJID=728
ওৰণি ল`লেই তিৰী সতী নহয় Dr. Armaan U. Muzaddadi 2014-01-22 14:53:45
FJID=761
জলত জন্ম, স্থলত বাস মাকে চুলে হয় নাশ৷ Tapan K Sarma(তপন কুমাৰ শৰ্মা) 2014-10-11 00:01:33
FJID=822
ওৰণিৰ তলতেই জাৰজৰ জন্ম হয় Dr. Armaan U. Muzaddadi 2014-12-16 00:41:20
FJID=839
ডুব গ’লে বেলিৰ পোহৰো ক্ৰমে ক্ৰমে নোহোৱা হয় Dr. Armaan U. Muzaddadi 2015-06-10 07:25:31
FJID=885