Assamese: চুৰি (su.ri, IPA: su.ɹi)
Contexts: General
[Abstract Noun] the act of taking (the property of another or others) without permission or right

[IdeaID=3044] Contributed By: Mukesh Bhargava (2006-12-18 12:20:14)
Synonyms and Equivalent Words:
English: theft (ˈθeft;থেফট), larceny ([larceny];লাৰকেনী), stealing (ˈstiːlɪŋ;ষ্টিলিং), thievery (ˈθiːvriː;থিভাৰি), thieving (ˈθiːvɪŋ;থিভিং),
Assamese: চোৰ (so`r) fm. চুৰুণী (su.ru.ni), হৰণ (ho.ron), চৌৰ্যবৃত্তি (sour.jyo.brit.ti), চৌৰ্য্যবৃত্তি (sour.jyo.brit.ti), চুৰি চাপাচি (su.ri sa.pa.si), তস্কৰবৃত্তি (tos.kor.brit), চুৰতাৰি (sur.ta.ri), চৌৰ্য্য (sour.jyo),
Meeteilon: huranba,
Karbi: kanghu, chonghu,
Dimasa: khauba, mkhao-mtim,
Tiwa: shorkhela
Related Idea:
No data found


Idioms / ফকৰা-যোজনা :
Idiom Contributed By Comments
কঁকালেহে জানে চুৰিয়াৰ ফেৰ Probodh Borah (প্ৰবোধ বৰা) 2010-10-08 15:53:11
FJID=377
খাবলৈ দমাদম বনলৈ গৰীয়া, পিন্ধিবলৈ লাগে তাক আচুৱালি চুৰিয়া ৷ Barnali Deuri Bora 2010-11-19 01:53:37
FJID=463
আগফালে বৰচুৰিয়াৰ ফেৰ, পিছফালে ঢকুৱাৰ বেৰ৷ ভগৎ লাল দত্ত (Bhagat Lal Dutta) 2010-12-11 07:36:20
FJID=469
ওপৰে বৰ চুৰিয়াৰ ফেৰ, ভিতৰে ঢকুৱাৰ বেৰ Promoth Hazarika 2012-08-30 04:16:45
FJID=577
চোৰক বোলে চুৰি কৰ, গৃহস্থক বোলে সজাগ থাক ৷ Dr. Armaan U. Muzaddadi 2013-08-08 13:15:49
FJID=635
যাৰ বাবে চুৰি কৰোঁ, সিয়েই বোলে চোৰ ৷ Dr. Armaan U. Muzaddadi 2013-11-23 04:42:27
FJID=729